পুৱতি নিশা কৰিমগঞ্জ চহৰত বিধ্বংসী অগ্নিকাণ্ড…

  • দেওবাৰে পুৱতি নিশা কৰিমগঞ্জ চহৰত বিধ্বংসী অগ্নিকাণ্ড।
  • চহৰখনৰ নীলমণি ৰোডত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত ৫টাকৈ বাসগৃহ আৰু দুখন দোকান সম্পূৰ্ণৰূপে জাহ যায়।
  • প্ৰায় ৪০ লাখ টকাৰ ক্ষতিসাধন হয় এই অগ্নিকাণ্ডত। বৈ
  • দ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

The post পুৱতি নিশা কৰিমগঞ্জ চহৰত বিধ্বংসী অগ্নিকাণ্ড… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lYw5xa
via IFTTT

Comments