প্ৰদূষণৰ প্ৰমাণপত্ৰ প্ৰদানত অনিয়ম নকৰিবলৈ প্ৰদূষণ কেন্দ্ৰক পৰিবহণ বিভাগৰ সকীয়নি
দেশৰ লগতে অসমতো পূৰ্ণ পৰ্যায়ত ৰূপায়িত হৈছে যান-বাহন(সংশোধনী)আইন ২০১৯। সংশোধিত যান-বাহন আইন কাৰ্যকৰী হোৱাৰ পিছতেই ৰাজ্যৰ প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰসমূহত দেখা গৈছে যথেষ্ট ভিৰ। যিহেতু নতুন যান-বাহন আইন অনুসৰি বাহনৰ প্ৰদুষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব জৰিমনা। কিন্তু ইয়াৰে সুযোগ গ্ৰহণ কৰি মহানগৰীৰৰ একাংশ কেন্দ্ৰই ব্যাপক মাত্ৰাত ধন সংগ্ৰহ কৰি পৰ্যাপ্ত পৰীক্ষা নকৰাকৈয়ে প্ৰদূষণৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ […]
The post প্ৰদূষণৰ প্ৰমাণপত্ৰ প্ৰদানত অনিয়ম নকৰিবলৈ প্ৰদূষণ কেন্দ্ৰক পৰিবহণ বিভাগৰ সকীয়নি appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2lYte7q
via IFTTT
Comments
Post a Comment