টংলাত সন্দেহযুক্ত এন ডি এফ বি(এছ) লিংকমেন আটক; পিষ্টল উদ্ধাৰ
ওদালগুৰি জিলাৰ টংলা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি এগৰাকী সন্দেহযুক্ত এন ডি এফ বি(এছ) গোটৰ লিংক মেনক আটক কৰে। সন্দেহযুক্ত লিংক মেন গৰাকীক মঙলবাৰে সন্ধিয়া টংলা ৰে’লৱে ষ্টেশ্যনৰ পৰা আটক কৰা হয়। আটক হোৱা লিংক মেন গৰাকী বাক্সা জিলাৰ বৰবৰি আৰক্ষী চকীৰ অন্তৰ্গত বৰদৌলা গাঁৱৰ ৰাজু বড়ো(২৯) বুলি চিনাক্ত কৰা হৈছে। অভিযানৰ সময়ত আৰক্ষীয়ে ৰাজুৰ […]
The post টংলাত সন্দেহযুক্ত এন ডি এফ বি(এছ) লিংকমেন আটক; পিষ্টল উদ্ধাৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2nkwbQ1
via IFTTT
Comments
Post a Comment