পশু বলি নিষিদ্ধ কৰি দিয়া উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাব ত্ৰিপুৰা চৰকাৰে

ত্ৰিপুৰা চৰকাৰে অচিৰেই ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ধৰ্মীয় স্থানত পশু বলি নিষিদ্ধ কৰি দিয়া ৰায়ৰ বিৰুদ্ধে আবেদন জনাব। শনিবাৰে ৰাজ্য চৰকাৰৰ বিষয়াই জানিবলৈ দিয়ে যে চৰকাৰে ৰায়টোৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব। ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে শুকুৰবাৰে শতিকাজুৰি ৰাজ্যখনৰ ধৰ্মীয় স্থানসমূহত চলি থকা জীৱ-জন্তু বলি দিয়া নিষিদ্ধ কৰি এক ৰায়দান কৰিছিল। মুখ্য ন্যায়াধীশ সঞ্জয় কাৰোল […]

The post পশু বলি নিষিদ্ধ কৰি দিয়া উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাব ত্ৰিপুৰা চৰকাৰে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2nCHfIk
via IFTTT

Comments