পশ্চিম বংগৰ পূব মিদনাপুৰৰ ৰূপনাৰায়ণ নৈত সন্ধানহীন যাত্ৰাবাহী নাও

- পশ্চিম বংগৰ পূব মিদনাপুৰৰ ৰূপনাৰায়ণ নৈত সন্ধানহীন এখন যাত্ৰাবাহী নাওঁ।
- সোমবাৰে পুৱা নৈখনত যাত্ৰীসহ যাত্ৰা আৰম্ভ কৰিছিল নাওখনে।
- মায়াচৰ আৰু দানিপুৰ অঞ্চলৰ মাজতে নৈত ডুব যায় নাওখন।
- নাওখনৰ সন্ধানত উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে অভিযান।
- নাওখনত মুঠ কিমানগৰাকী যাত্ৰী আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
The post পশ্চিম বংগৰ পূব মিদনাপুৰৰ ৰূপনাৰায়ণ নৈত সন্ধানহীন যাত্ৰাবাহী নাও appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2mZibLF
via IFTTT
Comments
Post a Comment