জন্মু-কাশ্মীৰৰ পুঞ্জ চেক্টৰত পাক সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ, ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰ…

- জন্মু-কাশ্মীৰৰ পুঞ্জ চেক্টৰৰ পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন।
- ভাৰতীয় সেনাৰ এক সুত্ৰই সদৰি কৰিছে এই তথ্য।
- প্ৰাপ্ত খবৰ অনুসৰি হতাহত হোৱা নাই কোনো লোক।
- সোমবাৰে পুৱতি নিশাৰে পৰাই পাক সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ।
- ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছেগৈ সেনা বাহিনীৰ জোৱান।
The post জন্মু-কাশ্মীৰৰ পুঞ্জ চেক্টৰত পাক সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ, ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2kmtNqX
via IFTTT
Comments
Post a Comment