কৰ্ণাটকৰ মহীশূৰত পথ দুৰ্ঘটনাত ৪ জনৰ মৃত্যু

  • কৰ্ণাটকৰ মহীশূৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • মদ্যাংগলাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
  • এখন বাহন দ খাৱৈত বাগৰি পৰাৰ ফলত ৪ জনৰ মৃত্যু।
  • নিয়ন্ত্ৰণ হেৰুৱাই পুৱতি নিশা বাহনখন বাগৰি পৰে পথৰ দাঁতিৰ খাৱৈত।

The post কৰ্ণাটকৰ মহীশূৰত পথ দুৰ্ঘটনাত ৪ জনৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2kmlyv1
via IFTTT

Comments