কেৰালাসহ মুঠ ৫ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি…

- কেৰালাৰ নতুন ৰাজ্যপাল নিযুক্তি।
- প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মহম্মদ খানক নিযুক্তি দিয়া হয় কেৰালাৰ নতুন ৰাজ্যপাল হিচাপে।
- ইফালে, কলৰাজ মিশ্ৰক হিমাচলপ্ৰদেশৰ পৰা আঁতৰাই ৰাজস্থানৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হয়।
- লগতে ভগত সিং কিশাৰীক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আৰু বন্দাৰু দত্তাত্ৰেয়ক হিমাচলপ্ৰদেশৰ নতুন ৰাজ্যপাল হিচাপে প্ৰদান কৰা নিযুক্তি।
- আনহাতে, তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হয় টি সুন্দৰৰাজনক।
The post কেৰালাসহ মুঠ ৫ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MPchbi
via IFTTT
Comments
Post a Comment