বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য…

  • বৃদ্ধি পালে ৰাজসাহাৰ্য্য নথকা ৰন্ধন গেছৰ মূল্য।
  • প্ৰতিতো চিলিণ্ডাৰত বৃদ্ধি পালে ১৬ টকাকৈ।
  • ২ টা মাহৰ পাছত বৃদ্ধি পালে ৰাজসাহাৰ্য্য নথকা ৰন্ধন গেছৰ মূল্য।
  • মূল্য বৃদ্ধিৰ পাছত বৰ্তমান দিল্লীত প্ৰতিটো চিলিণ্ডাৰৰ দাম হৈছে ৫৯০ টকা।
  • আনহাতে কলকাতাত চিলিণ্ডাৰৰ মূল্য হৈছে ৬১৬.৫০ টকা।

The post বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2LntUMi
via IFTTT

Comments