পশ্চিম বংগৰ নৰ্থ ২৪ পৰগণাত বন্ধৰ মাজতে বিজেপি-তৃণমূল কংগ্ৰেছৰ মাজত সংঘাত, ২৫ বিজেপি সমৰ্থক আহত

- পশ্চিম বংগৰ নৰ্থ ২৪ পৰগণাত বিজেপিৰ প্ৰতিবাদৰ মাজতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি।
- বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ মাজত সংঘৰ্ষ।
- তৃণমূল কৰ্মীৰ আক্ৰমণত ২৫ জন বিজেপি সমৰ্থক আহত হোৱা বুলি জানিব পৰা গৈছে।
- উল্লেখ্য যে, সোমবাৰে ১২ ঘণ্টীয়া বন্ধৰ আহ্বান কৰি বাৰাকপোৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিজেপিয়ে।
- দেওবাৰে বিজেপি সাংসদ অৰ্জুন সিঙৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বিৰুদ্ধে আহ্বান জনোৱা হৈছিল বন্ধৰ।
- আৰক্ষী আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে সাংসদ অৰ্জুন সিঙক আক্ৰমণ কৰাৰ অভিযোগ।
The post পশ্চিম বংগৰ নৰ্থ ২৪ পৰগণাত বন্ধৰ মাজতে বিজেপি-তৃণমূল কংগ্ৰেছৰ মাজত সংঘাত, ২৫ বিজেপি সমৰ্থক আহত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ljU9Ke
via IFTTT
Comments
Post a Comment