জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন পাক সেনাৰ

- জম্মু-কাশ্মীৰত পুনৰ যুদ্ধ বিৰতি উলংঘন পাক ৰেঞ্জাৰৰ।
- সীমান্তৰ সিপাৰৰ পৰা ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীবৰ্ষণ।
- দিনৰ ১ বজাত পুঞ্চ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ।
- পাক সেনাৰ গুলীবৰ্ষণৰ প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাইও।
- উল্লেখ্য যে, বিগত এটা মাহৰ ভিতৰতে জম্মু-কাশ্মীৰত প্ৰায় ৩০০ বাৰ যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানে।
The post জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন পাক সেনাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30Qmfwx
via IFTTT
Comments
Post a Comment