ধূলেৰ কেমিকেল ফেক্টৰীত সংঘটিত অগ্নিকাণ্ড, মৃত্যুৰ সংখ্যা ১২জনলৈ বৃদ্ধি…

- মহাৰাষ্ট্ৰৰ ধূলেত অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত।
- ধূলেস্থিত এটা কেমিকেল ফেক্টৰিত সংঘটিত এই অগ্নিকাণ্ড।
- এই অগ্নিকাণ্ডই কাঢ়ি নিলে ১২জনকৈ লোকৰ প্ৰাণ।
- শনিবাৰে দিনত সংঘটিত হৈছিল এই অগ্নিকাণ্ড।
- আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।
- ফেক্টৰীটোৰ মেনেজমেন্টৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গোচৰ।
The post ধূলেৰ কেমিকেল ফেক্টৰীত সংঘটিত অগ্নিকাণ্ড, মৃত্যুৰ সংখ্যা ১২জনলৈ বৃদ্ধি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UjFgFe
via IFTTT
Comments
Post a Comment