হাতত অস্ত্ৰ লৈ সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা কাৰ…

- দিল্লীত হাতত চোকা অস্ত্ৰ লৈ সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা এজন লোকৰ।
- সংসদ ভৱনৰ মূল গেটত আৰক্ষীৰ তালাচীত ধৰা পৰে লোকজন।
- লোকজনে লগত এখন চোকা চুৰী লৈ আহিছিল।
- আৰক্ষীয়ে লোকজনক লগে লগে কৰায়ত্ব কৰি লৈ যায়।
- ধৃত লোকজনৰ নাম সাগৰ ইনছা বুলি জানিব পৰা গৈছে।
- উত্তৰ প্ৰদেশৰ লক্ষ্মী নগৰৰ নিৱাসী এই লোকজন।
- ধৃত লোকজন ডেৰা সচ্ছা চৌদাৰ প্ৰধান গুৰমীত ৰাম ৰহিমৰ সমৰ্থক।
- ধৰ্ষণ কাণ্ডত দোষী সাব্যস্ত হৈ বৰ্তমান কাৰাবাস খাটি আছে ৰাম ৰহিমে।
- সংসদ ভৱনত দুস্কাৰ্য্য সাধনৰ পৰিকল্পনাৰে হাতত চোকা অস্ত্ৰ লৈ প্ৰৱেশৰ চেষ্টা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।
- ঘটনাক কেন্দ্ৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
The post হাতত অস্ত্ৰ লৈ সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা কাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lgNa4N
via IFTTT
Comments
Post a Comment