গোসাঁইগাঁৱত পথ দুৰ্ঘটনা, নিহত ১

  • গোসাঁইগাঁৱৰ ডিংডিঙ্গাৰ বৰসনপুতত পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত নিহত এজন।
  • ২ চাইকেল আৰোহীক খুন্দিয়ালে এখন ট্ৰাকে
  • থিতাতে নিহত এফৰাইল টুডু নামৰ লোকজন
  • গুৰুতৰভাৱে আহত আন এজন লোক

The post গোসাঁইগাঁৱত পথ দুৰ্ঘটনা, নিহত ১ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lQNbNb
via IFTTT

Comments