গুৱাহাটীত জব্দ কোকেইন, গ্ৰেপ্তাৰ ২ নাইজেৰিয়ান ব্যক্তি

- গুৱাহাটীত কোকেইন জব্দৰ তৃতীয়টো ঘটনা।
- পুনৰ আৰক্ষীৰ জব্দ কৰে কোকেইন লগতে গ্ৰেপ্তাৰ দুই নাইজেৰিয়ান লোক।
- আটক কৰা দুই নাইজেৰিয়ান যুৱকক জেৰা অব্যাহত ।
- পূৰ্বে DJ ব্ৰাহ্মিন গ্ৰেপ্তাৰ হৈছিল কোকেইন সৰবৰাহৰ গোচৰতে।
- উজান বজাৰৰ ৰেভ পাৰ্টিটো আৰক্ষীয়ে পাইছিল কোকেইন।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2fb7gLw
via IFTTT
Comments
Post a Comment