দিল্লীত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা সন্ত্ৰাসবাদী সংগঠনৰ…

  • দিল্লীত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে সন্ত্ৰাসবাদী সংগঠনে।
  • সীমাপুৰী অঞ্চলত আজি এনএছজিৰ অভিযানত জব্দ হৈছে IED আৰু বহু আপত্তিজনক নথি-পত্ৰ।
  • দিল্লীৰ সীমাপুৰ অঞ্চলৰ এটি ঘৰত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে জব্দ কৰিছে এই সামগ্ৰী সমূহ।
  • জানিব পৰা মতে, দিল্লীত কূটাঘাটৰ পৰিকল্পনাৰে সীমাপুৰীৰ কাছিম নামৰ এগৰাকী ব্যক্তিৰ ঘৰত বাহৰ পাতি আছিল সন্ত্ৰাসবাদী কেইটাই।
  • তিনিজন সন্দেহযুক্ত মৌলবাদীয়ে আশ্ৰয় লৈ থকাৰ খবৰ দিল্লী আৰক্ষীয়ে লাভ কৰিছিল।
  • অৱশ্যে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই উগ্ৰপন্থীৰ দলটোৱে সেই স্থানৰ পৰা পলায়ন কৰে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ohn5uf2
via IFTTT

Comments