পদ্মশ্ৰী শকুন্তলা চৌধাৰী আৰু নাই…

ডিজিটেল ডেস্ক:

  • ৰবিবাৰে নিশা প্ৰায় ১০.৩০ বজাত ইহলীলা সম্বৰণ পদ্মশ্ৰী শকুন্তলা চৌধাৰীৰ।
  • মৃত্যুৰ সময়ত বয়স আছিল ১০২ বছৰ।
  • মহানগৰীৰ উলুৱীৰাস্থিত কস্তুৰৱা আশ্ৰমতে সাৱটি লয় মৃত্যুক।
  • বিগত ২ দিন ধৰি অসুস্থ হৈ আছিল পদ্মশ্ৰী শকুন্তলা চৌধাৰী।
  • বাৰ্ধক্য জনিত কাৰণতে মৃত্যু হয় বুলি জানিব পৰা গৈছে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/8WYOqu4
via IFTTT

Comments