পুৱা ৭বজাৰে পৰা গোৱা, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত আৰম্ভ ভোটগ্ৰহণ…

- গোৱা আৰু উত্তৰাখণ্ডত আজি ভোটগ্ৰহণ।
- পুৱাৰে পৰা আৰম্ভ হৈছে এই ভোটগ্ৰহণ।
- উত্তৰ প্ৰদেশতো আজি পুৱাৰ ৭বজাৰে পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
- গোৱা আৰু উত্তৰাখণ্ডত এটা পৰ্যায়তে অনুষ্ঠিত হব নিৰ্বাচন।
- উত্তৰ প্ৰদেশৰ ৯জিলাৰ ৫৫টা সমষ্টিত অনুষ্ঠিত ভোটগ্ৰহণ ।
- সন্ধিয়া ৬বজালৈকে চলিব ভোটগ্ৰহণ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/0YHrXgP
via IFTTT
Comments
Post a Comment