পুৱাই ভূমিকম্পৰ জোকাৰণি…

  • পুৱাই ৰাজস্থানৰ জয়পুৰত ভূমিকম্পৰ জোকাৰণি।
  • ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ৩.৮
  • পুৱা ৮.০১বজাত অনুভূত হয় এই ভূমিকম্পৰ।
  • জয়পুৰৰ পৰা উত্তৰে প্ৰায় ৯২কিঃমিঃ নিলগত এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ।
  • কোনো সা-সম্পত্তি ক্ষয়-ক্ষতি হোৱা নাই এই ভূমিকম্পটোত।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2kVfKwJ
via IFTTT

Comments