পহিলা মাৰ্চৰ পৰা আন্তজাৰ্তিক বিমান পৰিবহন পুনৰ আৰম্ভ !

- পহিলা মাৰ্চৰ পৰা দেশৰ আন্তজাৰ্তিক বিমান পৰিবহন সেৱা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা।
- কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্যা সিন্ধিয়াই দিলে এই ইংগিত।
- কোৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ বাবে বন্ধ হৈ আছে এই সেৱা।
- শেহতীয়াকৈ পৰিস্থিতি কিছু হৈছে উন্নত।
- দেশৰ মুখ্য চহৰসমূহতো কমিছে সংক্ৰমণৰ হাৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/4m0Cc1p
via IFTTT
Comments
Post a Comment