ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাজিৰঙা ভ্ৰমণৰ আজি দ্বিতীয় দিন…

- ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাজিৰঙা ভ্ৰমণৰ আজি দ্বিতীয় দিন ।
- কালি কাজিৰঙাত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীৰ দ্বিতীয় দিনাও আছে কেইবাটাও কাৰ্য্যসূচী ৷
- পুৱাতেই কাজিৰঙাৰ কহঁৰা বনাঞ্চলত পৰিয়ালসহ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ চাফাৰী ।
- হাতী চাফাৰী, জীপ চাফাৰীৰে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ ৰাষ্ট্ৰপতিগৰাকীৰ ৷
- চাফাৰীস্থলীত প্ৰৱেশ নিষিদ্ধ সাংবাদিকৰ ৷
- চাফাৰীৰ পিছতেই কহঁৰাত থকা বন বিভাগৰ সভাগৃহত অনুষ্ঠিত হবলগীয়া বিশেষ অনুষ্ঠানত ৷
- অংশ লব ৰাষ্ট্ৰপতিগৰাকীয়ে
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/fhkPesa
via IFTTT
Comments
Post a Comment