গুৱাহাটীৰ বশিষ্ঠত প্ৰেমিকে গুলীয়ালে প্ৰেমিকাৰ ককায়েকক…

- মহানগৰীৰ বশিষ্ঠত গুলিচালনাৰ ঘটনা ।
- প্ৰেমৰ বাবে ঘাটক প্ৰেমিকে গুলিয়ালে প্ৰেমিকাৰ ককায়েকক ।
- পশ্চিম বংগৰ পৰা আহি প্ৰেমিকে গুলিয়ালে প্ৰেমিকাৰ ককায়েকৰ
- প্ৰেম কুমাৰ দেৱ নাথ নামৰ যূবকক গুলিয়ালে ৰয় নামৰ এজন যুৱকজনে।
- প্ৰেম কুমাৰক গুলিয়াই কোঠালিৰ ভিতৰত আত্মগোপন ঘাটক প্ৰেমিকৰ ।
- প্ৰেমিক সমৰ ৰয় এতিয়াও ঘৰটোৰ ভিতৰতে আত্মগোপন ।
- হাউচ নম্বৰ ৫৮ ত এই ঘটনা।
- মাণিক দেৱনাথৰ ঘৰত এই অভিযান
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/jmKXnV5
via IFTTT
Comments
Post a Comment