কোকৰাঝাৰত গাঞ্জা সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী….

- ৰাজ্যত পুনৰ এনকাউণ্টাৰ।
- কোকৰাঝাৰত গাঞ্জা সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী।
- আৰক্ষীৰ জিম্মাৰ পৰা পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল অপৰাধীটোৱে।
- আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা গাঞ্জা সৰবৰাহকাৰীটোৰ নাম সুমন নমো।
- সুমনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ গাঞ্জা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/qEOMU9f
via IFTTT
Comments
Post a Comment