বিকল্পৰ সন্ধানতঃ কবিতা লিখি আলফা স্বাধীনৰ কেম্প পালেগৈ গুৱাহাটীৰ সৰস্বতী আৰু ৰূমী…

- আলফা স্বাধীনলৈ গুৱাহাটীৰ দুই যুৱতী।
- সন্ধানহীন দুই যুৱতী উপস্থিত আলফা স্বাধীনৰ কেম্পত।
- ইতিমধ্যে যোগদান কৰিছে সশস্ত্ৰ সংগঠনটোত।
- যোগদান কৰা যুৱতী দুগৰাকী খাৰঘুলিৰ সৰস্বতী দাস, ৰুমি ডেকা
- মঙলবাৰৰ পৰা সন্ধানহীন আছিল দুই যুৱতী
- দুয়োগৰাকী বুধবাৰে আলফা স্বাধীনৰ কেম্পত উপস্থিত হয়।
- উজনিৰ এজন শীৰ্ষ আলফা নেতাৰ তত্বাৱধানতে যুৱতী দুগৰাকীয়ে আলফা স্বাধীনত যোগদান কৰিছে বুলিও পোহৰলৈ আহিছে।
- এই সন্দৰ্ভত এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই পৰেশ বৰুৱাই।
- ইফালে আলফামুখী সৰস্বতী দাসে লিখিছে এটা কবিতা।
- কবিতাটোৰ শিৰোনাম- বিকল্পৰ সন্ধানত।
- কবিতাটোৰ সাৰাংশ- ধাৰ লৈ সুখী নহওঁ কেতিয়াও।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/skhZTEy
via IFTTT
Comments
Post a Comment