ডিব্ৰুগড় আৰু তেজপুৰত বিধ্বংসী অগ্নিকাণ্ড…

- নিশা ডিব্ৰুগড়ত অগ্নিকাণ্ড
- ডিব্ৰুগড় বৰ্দৈবাম গাওঁত ভয়াবহ অগ্নিকাণ্ড।
- ৰাজীৱ চাংমাই নামৰ এজন লোকৰ ধানৰ ভঁৰালত সূত্ৰ পাত হয় অগ্নি কাণ্ড।
- জুইত জাহ যায় ২০০ কুইন্টলতকৈ অধিক গুটি ধান।
- নিমিষতে জুইত জাহ যায় গুটি ধানৰ ভঁৰালটো।
- জুই পৰা কথমতি ৰক্ষা পৰে বহু কেইটা বাসগৃহ।
- জুই প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও চৰ্ত চাৰ্কিত ৰ বাবে জুই সূত্ৰপাত হোৱা বুলি অনুমান কৰা হৈছে।
- ইফালে তেজপুৰ গোটলুংত খাদ্যসামগ্ৰীৰ গুদামত অগ্নিকাণ্ড।
- গোপাল শইকীয়াৰ ঘৰত গুদামত হিচাপে ভাড়া লৈছিল সুভাষ ছেত্ৰীয়ে৷ জুই লগাৰ ফলত প্ৰায় এক কৌটি টকাৰ সামগ্ৰী ভস্মীভূত৷
- ৭খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপিত কৰে জুই৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/DIxiqRE
via IFTTT
Comments
Post a Comment