বোকাজানত নৃশংস হত্যাকাণ্ডঃ পত্নীক দাৰে ঘপিয়াই হত্যা…

  • বোকাজানত নৃশংস হত্যাকাণ্ড।
  • পত্নীক দাৰে ঘপিয়াই হত্যা স্বামীৰ।
  • খটখটিৰ লংখ্ৰাং বস্তিত সংঘটিত হৈছে এই ঘটনা।
  • কৃষ্ণ গৰ নামৰ লোকজনে দাৰে ঘপিয়াই হত্যা কৰে নিজ পত্নীক।
  • হত্যা কৰাৰ পিছতে পলায়ন কৰে কৃষ্ণ গৰ।
  • মৃত পত্নীৰ নাম ববিতা গৰ বুলি জানিব পৰা গৈছে।
  • পাৰিবাৰিক কাজিয়াৰ বাবে হত্যাৰ সন্দেহ।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/w6G41oN
via IFTTT

Comments