বোকাজানত গেছ টেংকাৰত ওলাল ১৫১কেজি গাঞ্জা…

  • বোকাজানৰ বৰপথাৰত বুজন পৰিমাণৰ গাঞ্জা জব্দ।
  • বৰপথাৰ আৰক্ষী নাকা তালাচীত জব্দ ১৫১কেজি গাঞ্জা।
  • মণিপুৰৰ পৰা অহা এখন গেছ টেংকাৰত লুকুৱাই আনিছিল গাঞ্জাখিনি।
  • MN 04C0332 নম্বৰৰ টেংকাৰখনত ১৩টা পেকেটত আনিছিল গাঞ্জাখিনি।
  • মণিপুৰৰ পৰা নগাঁওলৈ নিয়াৰ পথতে জব্দ কৰা হয় গাঞ্জাখিনি।
  • ইতিমধ্যে তিনিগৰাকী গাঞ্জা সৰবৰাহকাৰী ক্ৰমে জয়মণি সিংহা, হাকিম বসুমতাৰী আৰু অমৰজিত সিংক আটক কৰিছে বৰপথাৰ আৰক্ষীয়ে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ht3JrWR
via IFTTT

Comments