দুৰ্ঘটনাত পতিত প্ৰাইভেট জেট, মহিলা পাইলটৰ মৃত্যু…

  • তেলেংগানাত দুৰ্ঘটনাত পতিত এখন প্ৰাইভেট জেট।
  • এখন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আছিল উক্ত বিমানখন।
  • এই দুৰ্ঘটনাত এগৰাকী মহিলা প্ৰশিক্ষকৰ মৃত্যু।
  • এখন পথাৰৰ মাজত দুৰ্ঘটনাত পতিত হয় বিমানখন।
  • কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই উক্ত ঘটনাক লৈ তদন্তৰ ঘোষণা কৰিছে।
  • তেলেংগানাৰ নালগোণ্ডা নামৰ ঠাইত এই ঘটনা সংঘটিত হৈছে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/y25YQOr
via IFTTT

Comments