হাইলাকান্দিত দুৰ্বৃত্তৰ গুলীচালনাঃ আহত এজন…

- হাইলাকন্দিত দুৰ্বৃত্তৰ গুলীচালনা।
- হাইলাকান্দিৰ লক্ষ্মীনগৰ এলেকাত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা।
- এগৰাকী ব্যক্তিৰ বাসগৃহলৈ লক্ষ্য কৰি দুৰ্বৃত্তই কৰিলে গুলীচালনা।
- এই ঘটনাৰ ফলত আহত হৈছে মইনউদ্দিন লস্কৰ নামৰ এজন ব্যক্তি।
- ঘটনাৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই।
- আৰক্ষীয়ে সমগ্ৰ বিষয়ৰ ওপৰত তদন্ত আৰম্ভ কৰিছে।
- এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/iPDshc2
via IFTTT
Comments
Post a Comment