জুৰীয়াত চোৰাং গৰুসহ আটক ৬ জন

  • জুৰীয়াত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • অভিযানত আটক ৬টাকৈ চোৰাং গৰু সৰবৰাহকাৰী।
  • আৰক্ষীয়ে জব্দ কৰে ৪খন বাহনসহ ২৬টা গৰু।
  • আটক হোৱা কেইজন মিৰজান আলী, আনোৱাৰ হুছেইন, উদয় হুছেইন, মইজুল ইছলাম, ছহিদুল ইছলাম, আবু কাছেম।
  • ৰূপহীহাট অভিমুখে গৈ থকা অৱস্থাত জব্দ গৰুকেইটা।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/XmlSdap
via IFTTT

Comments