হাজোত অৰ্ধগলিত অৱস্থাত মৃতদেহ উদ্ধাৰ…

- হাজোৰ নকুছিত উদ্ধাৰ এটা অৰ্ধগলিত মৃতদেহ।
- উদ্ধাৰ হোৱা মৃতদেহটো নকুছি অঞ্চলৰ প্রতুল শৰ্মাৰ বুলি জানিব পৰা গৈছে।
- ৬ ফেব্রুৱাৰীৰ পৰাই সন্ধানহীন হৈছিল প্রতুল শৰ্মা।
- মেটেকাৰ মাজত উদ্ধাৰ হৈছে লোকজনৰ অৰ্ধগলিত মৃতদেহ।
- দুৰ্বৃত্তই প্রতুল শৰ্মাক হত্যা কৰাৰ অভিযোগ পৰিয়ালবৰ্গৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/UMqw0ec
via IFTTT
Comments
Post a Comment