উত্তৰ প্ৰদেশত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, পঞ্জাৱতো ১১৭খন আসনৰ বাবে ভোটযুদ্ধ…

ডিজিটেল ডেস্কঃ পুৱা ৭বজাৰে পৰা দেওবাৰে পঞ্জাৱত আৰম্ভ হৈছে ভোটগ্ৰহণ। ৰাজ্যখনৰ ২৩খন জিলাৰ ১১৭টা সমষ্টিত অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইফালে উত্তৰ প্ৰদেশতো আজি অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। উত্তৰ প্ৰদেশৰ ১৬খন জিলাৰ ৫৯টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
উত্তৰ প্ৰদেশৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে ৬২৭গৰাকী ভোটাৰে। ১৫হাজাৰ ৫৫৭টা ভোটকেন্দ্ৰত এতিয়ালৈকে সুকলমে অব্য়াহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/T9tPLSo
via IFTTT
Comments
Post a Comment