বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ১২ জন লোক কোভিডত আক্ৰান্ত…

- ৰাজ্যত বিগত ২৪ ঘণ্টাত ১২ জন লোকৰ দেহত ধৰা পৰিছে কোভিডৰ উপস্থিতি।
- এই সময়ছোৱাত মুঠ ২,৪৭৯ গৰাকী লোকৰ দেহত কোভিড পৰীক্ষা কৰোৱা হৈছিল।
- সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ০.৪৮ শতাংশ।
- কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৭ জন, যোৰহাটত ২ জন, বিশ্বনাথত ১ জন আৰু ডিব্ৰুগড়ত এজনকৈ লোক কোভিডত আক্ৰান্ত হৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/38NRiwU
via IFTTT
Comments
Post a Comment