আজি ৰাজ্যসভাৰ নিৰ্বাচনঃ ৯বজাৰ পৰা ভোটগ্ৰহণ, সন্ধিয়া ৬বজাত ফলাফল…

  • আজি অনুষ্ঠিত হব ৰাজ্যসভাৰ নিৰ্বাচন।
  • অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন
  • পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
  • বিয়লি ৪ বজালৈ চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া।
  • ৫ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা।
  • সন্ধিয়া ৬বজাত ওলাব ফলাফল।
  • ৰাজ্যসভাৰ নিৰ্বাচনত মিত্ৰজোঁটৰ BJPৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাৰ জয় নিশ্চিত।
  • দ্বিতীয়খন আসনত বিজেপি মিত্ৰজোঁটৰ UPPLৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰী আৰু বিৰোধী পক্ষৰ প্ৰাৰ্থী ৰিপুণ বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/tvm0Ix6
via IFTTT

Comments