অসমবাসীৰ বাবে ভাল খবৰঃ কাছাৰত আৰু এখন সৈনিক স্কুল…

- অসমবাসীৰ বাবে এটা ভাল খবৰ।
- অসমত স্থাপন হব আৰু এখন সৈনিক স্কুল।
- গোৱালপাৰাৰ পিছত এইবাৰ কাছাৰত সৈনিক স্কুলৰ বাবে অনুমোদন।

- অৰুণাচল প্ৰদেশৰ টাৱাঙতো স্থাপন হব সৈনিক স্কুল।
- উল্লেখ্য যে, অসমৰ গোৱালাপাৰা জিলাত আছে এখন সৈনিক স্কুল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/jpq6F1W
via IFTTT
Comments
Post a Comment