যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ মাৰনাস্ত্ৰ…

- খটখটীত যাত্ৰীবাহী বাছত উদ্ধাৰ মাৰনাস্ত্ৰ।
- বোকাজান আৰক্ষীৰ নিয়মীয়া তালাচীত মাৰনাস্ত্ৰ উদ্ধাৰ।
- মন জিলা অভিমুখী বাছত উদ্ধাৰ দুটা ফেক্টৰীত নিৰ্মিত পইন্ট 32 পিষ্টল,দুটা মেগজিন আৰু দুটা ৱাকি টকী।
- NL07-B-0385 নম্বৰৰ বাছখনত এটা বেগৰ ভিতৰত আপেলৰ কাৰ্টুনত ভৰাই আনিছিল মাৰনাস্ত্ৰ।
- আৰক্ষীৰ জালত পৰা বাছখনত নাছিল মাৰনাস্ত্ৰ কঢ়িওৱা ক’লা বেগটোৰ গৰাকী।
- আৰক্ষীয়ে গৰাকীৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/GRovM3h
via IFTTT
Comments
Post a Comment