৫.১ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল অৰুণাচলক…

  • অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত ভূমিকম্পৰ জোকাৰণি।
  • নিশা ৯.৫১বজাত ভূমিকম্পৰ জোকাৰণি।
  • ভূমিকম্পটোৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৫.১
  • ভূমিকম্পটোৰ অভিকেন্দ্ৰ অৰুণাচলৰ পৰা ১১৭২কিঃমিঃ উত্তৰে বুলি সদৰি কৰিছে ভূকম্পন বিভাগে।
  • এই ভূমিকম্পত কোনো লোক হতাহত হোৱা খবৰ পোৱা নাই।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Q531Yor
via IFTTT

Comments