পুনৰ ২ জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা…

- ৰাজ্যত পুনৰ ২ জন লোক কোভিডত আক্ৰান্ত হৈছে।
- যোৱা ২৪ ঘণ্টাত কামৰূপ মহানগৰ আৰু শোণিতপুৰ জিলাত ১ জনকৈ লোক কোৰোনাত আক্ৰান্ত হৈছে।
- এই সময়ছোৱাত মুঠ ১,৬১১ গৰাকী লোকৰ দেহত কোৰোনাৰ পৰীক্ষা কৰা হৈছিল।
- সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ০.১২ শতাংশ।
- বৰ্তমান ৰাজ্যত সক্ৰিয় হৈ থকা কোৰোনা আক্ৰান্তৰ সংখ্যা ১৮ গৰাকী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/GONegfo
via IFTTT
Comments
Post a Comment