ৰাজ্যসভাত হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত পৰা সকলো নেতাৰ কেৰিয়াৰ ধ্বংস হৈছে…

ডিজিটেল ডেস্কঃ ৪৩গৰাকী বিধায়কক লৈ কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী ৰিপুন বৰাই দাখিল কৰিব মনোনয়ন দাখিল কৰিব। দেওবাৰে বিৰোধীৰ বিধায়িনী দলৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বৈঠকত উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ।
বৈঠকৰ শেষত অখিল গগৈয়ে বিজেপি তথা মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰি কয়- “মুখ্যমন্ত্ৰীয়ে লেতেৰা ৰাজনীতি কৰিছে, মই গৰিহনা দিছোঁ। তেওঁ লগতে কয়- আগতে ৰাজ্যসভাত হিমন্তৰ পাল্লাত পৰা সকলো নেতাৰ কেৰিয়াৰ ধ্বংস হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, ৪৩ গৰাকী বিধায়কসহ সোমবাৰে দিনৰ ১১ বজাত মনোনোয়ন পত্ৰ দাখিল কৰিববিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/gvTWUBP
via IFTTT
Comments
Post a Comment