হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজনে…

  • হাতী-মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত।
  • খেৰণিৰ ২ নম্বৰ ৰামথেপি গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন ৪৮ বছৰীয়া ব্যক্তি।
  • মঙলবাৰে পুৱা কুঁহিয়াৰ খেতিত শৌচ কৰিবলৈ যাওঁতে সংঘটিত হয় এই ঘটনা।
  • মৃত লোকজনৰ নাম হৈছে জয়শংকৰ চৌহান।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/HfXy58d
via IFTTT

Comments