ডিব্ৰুগড়ৰ নতুন বজাৰত বিধ্বংসী অগ্নিকাণ্ড…

- ডিব্রুগড়ৰ নতুন বজাৰত বিধ্বংসী অগ্নিকাণ্ড।
- পুৱতি নিশা সংঘটিত হৈছে এই অগ্নিকাণ্ড।
- ভস্মীভূত কেইবাখনো ব্যৱসায়িক প্রতিষ্ঠান।
- জুইত জাহ গৈছে কেইবা কোটি টকাৰ সা-সম্পত্তি।
- বৈদ্যুতিক বিজুতিৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্রপাতৰ সন্দেহ।
- অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনৰ অগ্নি নিৰ্বাপনৰ বাবে চেষ্টা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/DsFiPrz
via IFTTT
Comments
Post a Comment