চিত্ৰ শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ অৰুণাচল আৰক্ষীৰ…

  • অসমৰ চিত্ৰশিল্পীক অৰুণাচল আৰক্ষীৰ গ্ৰেপ্তাৰ।
  • চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ অৰুণাচল আৰক্ষীৰ।
  • লখিমপুৰৰ নিজ বাসগৃহৰ পৰাই নীলিম মহন্তক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।
  • এখন দেৱালত অংকন কৰা চিত্ৰৰ বাবেই গ্ৰেপ্তাৰ হ’ল নীলিম মহন্ত।
  • বৃহৎ নদীবন্ধৰ বিৰোধিতাৰে নীলিম মহন্তই অংকন কৰিছিল এখন চিত্ৰ।
  • অৰুণাচলৰ সচিবালয়ৰ দেৱালত অংকন কৰিছিল নদীবান্ধ বিৰোধী চিত্ৰ।
  • অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত NO BIG DAM লিখাৰ অভিযোগ নীলিম মহন্তৰ বিৰুদ্ধে।
  • ইটানগৰ আৰক্ষী থানাত জামিনবিহীন ধাৰাত ৰুজু হৈছে গোচৰ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/OKEuIxl
via IFTTT

Comments