শুৱালকুছিত নিশা অঘটন…

  • শুৱালকুছিত নিশা অঘটন
  • দুৰ্বৃত্তৰ ছুৰিকাঘাতত গুৰুতৰভাৱে আহত দুই যুৱক
  • ১২জনীয়া দুৰ্বৃত্তৰ দলে আক্রমণ কৰে মানস শৰ্মাসহ দুই যুৱকক
  • শুৱালকুছি আদাবৈ অঞ্চলত সংঘটিত এই ঘটনা
  • আহত মানস শৰ্মা, ধীৰেণ ঠাকুৰীয়াক চিকিৎসালয়ত ভৰ্তি
  • ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/hk3LvIT
via IFTTT

Comments