ছবি চাবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী, অধ্যাপকক অৰ্ধছুটী…

  • দ্যা কাশ্মীৰ ফাইলচ চাবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী, অধ্যাপকক দিয়া হ’ব অৰ্ধছুটী।
  • এক জাননীযোগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে এই কথা।
  • ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে কাশ্মীৰ ফাইলচ চাবলৈ চৰকাৰী কৰ্মচাৰী সমূহক অৰ্ধছুটী দিয়া হ’ব।
  • উল্লেখ্য যে, ছবিখন মুক্তিৰ পাছতেই দেশত বিশেষ চৰ্চা লাভ কৰিছে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/UIeKg6A
via IFTTT

Comments