মহানগৰীৰ মাদ্ৰাছাত অগ্নিকাণ্ড…

  • নিশা মহানগৰীত অগ্নিকাণ্ড।
  • হাতীগাঁও নটবমা ছোৱালী মাদ্রাছাত সূত্ৰপাত হয় অগ্নিকাণ্ড।
  • জুইত জাহ মাদ্রাছাখনৰ শ্রেণীকোঠাৰ লগতে আচবাব।
  • কথমপি প্রাণৰক্ষা পৰে ছাত্রীসকলৰ।
  • আনহাতে জুইৰ পৰা ৰক্ষা পৰে চুবুৰীয়াৰ বাসগৃহ।
  • স্থানীয় লোক, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন।
  • শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/KWBzHOe
via IFTTT

Comments