মহানগৰীত চাঞ্চল্য; কৰ্মচাৰীৰ হাত-ভৰি বান্ধি লুটপাত ডকাইতৰ…

  • মহানগৰীত চাঞ্চল্যকৰ ডকাইতি।
  • ফাৰ্ণিচাৰ দোকানৰ পৰা সামগ্রী লুটিলে ডকাইতৰ দলে।
  • কৰ্মচাৰীক হাত-ভৰি বান্ধি লুটপাত ডকাইতৰ।
  • ৰিহাবাৰীৰ নিউ ৰাজধানী বেডিং ষ্ট’ৰত এই ঘটনা।
  • ট্রাকত ভৰাই সামগ্রী লৈ গ’ল ডকাইতৰ দলে


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/tOyiwzq
via IFTTT

Comments