ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী…

- বোকাজানত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী।
- ধৃত বিমল পলক বোকাজান সমূহীয়া চিকিৎসা কেন্দ্ৰলৈ আনি থকাৰ পথতে বোকাজান আৰক্ষীৰ উপৰিদৰ্শক নিতুল শইকীয়াক আক্ৰমণ কৰি পলাবলৈ লয়।
- পলাবলৈ লওঁতে আৰক্ষীয়ে বিমল পলৰ ভৰিত গুলিয়াবলৈ বাধ্য হয়।
- বৰ্তমান বিমল পলক বোকাজান চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।
- উল্লেখ্য যে খটখটি নাকা তালাচীত 500 গ্ৰাম ড্ৰাগছৰ সৈতে আটক কৰিছিল বিমল পলক।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/wY0qi7J
via IFTTT
Comments
Post a Comment