দ্বিতীয়বাৰৰ বাবে BAIৰ সভাপতি পদত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা…

- Badminton Association of Indiaৰ সভাপতি হিচাপে নিযুক্তি লাভ ডঃ হিমন্ত বিশ্ব শৰ্মা।
- দ্বিতীয়বাৰৰ বাবে নিযুক্তি লাভ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
- বিভিন্ন জনে শুভেচ্ছা জনাইছে মুখ্যমন্ত্ৰীগৰাকীক।
- নতুন সাধাৰণ সম্পাদক হিচাপে নিযুক্তি লাভ কৰিছে সঞ্জয় শৰ্মাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/E9rObTl
via IFTTT
Comments
Post a Comment