বলাৎকাৰীলৈ আৰক্ষীৰ গুলী, নিহত বিকি আলী…

- গাড়ীগাঁৱৰ বলাৎকাৰ কাণ্ডৰ মূল অভিযুক্তলৈ গুলীচালনা।
- আৰক্ষীৰ গুলীত নিহত বলাৎকাৰৰ মূল অভিযুক্ত বিকি আলী।
- মহিলা আৰক্ষীক আক্রমণ কৰি পলায়নৰ চেষ্টা কৰিছিল বিকিয়ে।
- ঘটনাত আহত এগৰাকী মহিলা কনিষ্টবল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/XSwp3xN
via IFTTT
Comments
Post a Comment