গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ড…

- গোলাঘাট বেঙেনাখোৱা তপন নগৰত নিশা অগ্নিকাণ্ড।
- অগ্নিকাণ্ডৰ ফলত তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ।
- সম্পূৰ্ণৰূপে ভস্মীভূত ১৫ টাকৈ বাসগৃহৰ লগতে এটা ফাৰ্নিচাৰৰ গুদাম।
- জুইত জাহ কেইবা লক্ষাধিক টকাৰ সম্পত্তি।
- অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
- শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/DfeThms
via IFTTT
Comments
Post a Comment